অসম

assam

By

Published : Jul 9, 2020, 9:15 AM IST

ETV Bharat / videos

লণ্ডনত 20 মিটাৰ দীঘল ক্ৰেন খহি এগৰাকী মহিলাৰ মৃত্যু

পূব লণ্ডনৰ বৌ অঞ্চলৰ এটা ফ্লেটত বুধবাৰে 20 মিটাৰ দীঘল এডাল ক্ৰেন খহি পৰি এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন চাৰিজন লোকৰ ৷ ফ্লেটৰ ভিতৰত আৱদ্ধ লোকক মুকলিৰ বাবে উদ্ধাৰকাৰী দলে অব্য়াহত ৰাখিছে অভিযান ৷ আহত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ ইয়াৰে দুজনৰ অৱস্থাত সংকটজনক ৷ চাওক এই ভিডিঅ'...

ABOUT THE AUTHOR

...view details