অসম

assam

By

Published : Mar 18, 2022, 9:17 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

ETV Bharat / videos

চামগুৰি সত্ৰত দৌল মহোৎসৱ

আজি ৰঙৰ উৎসৱ ফাকুৱা (Holi celebration)। আবীৰৰ ৰঙেৰে ৰাঙলী ৰাজ্যৰ আকাশ বতাহ । ব্যতিক্ৰম নহয় সত্ৰ নগৰী মাজুলীও (Holi festival celebration in Majuli)। মাজুলীৰ সত্ৰ,নামঘৰ আদিত দেখা গৈছে ফাকুৱা বা দৌল উৎসৱকলৈ আনন্দ উল্লাহ । মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰত দেখা গৈছে ফাকুৱাৰ ব্যাপক আয়োজন (Daul Festival in Majuli)। সত্ৰীয়া ৰীতি-নীতিৰে মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰত তিনি দিনীয়াকৈ আয়োজন কৰা হৈছে পৰম্পৰাগত ফল্গু উৎসৱৰ ।আনন্দৰ সীমা নাই সত্ৰৰ ভকত-বৈষ্ণৱসকলৰ মাজত । হোলী গীত, খোল, তালৰ শব্দত একপ্ৰকাৰ মুখৰিত হৈ পৰিছে মাজুলীৰ আকাশ বতাহ ।
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

...view details