অসম

assam

By

Published : Mar 25, 2022, 9:27 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

ETV Bharat / videos

যোৰহাটত উদ্ধাৰ দুষ্প্ৰাপ্য কেকো সাপ

যোৰহাটৰ গড়মূৰ থানাৰ অন্তৰ্গত হাতীগড় চাহ বাগানত আৰক্ষীয়ে উদ্ধাৰ কৰে 5 টাকৈ কেকো সাপ (Gecko Snake rescued in Jorhat) ৷ কেকো সাপসহ গ্ৰেপ্তাৰ কৰা হয় পৰেশ বাঢ়ৈ নামৰ এজন কেকো সাপ ব্যৱসায়ীক ৷ উল্লেখ্য যে,দীৰ্ঘদিন ধৰি পৰেশ বাঢ়ৈ জড়িত আছিল এই ব্যৱসায়ৰ সৈতে ৷ শুকুৰবাৰে যোৰহাটৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰীকা,সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু গড়মূৰ থানাৰ আই চি ৰাণা দেউৰীৰ নেতৃত্বত চলা এক অভিযানত উদ্ধাৰ হয় এই কেকো সাপ কেইটা ৷ সম্প্ৰতি কেকো সাপৰ ব্যৱসায়ী পৰেশ বাঢ়ৈক আৰক্ষীৰ জিম্মাত ৰখা হৈছে ৷
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

...view details