অসম

assam

ETV Bharat / videos

Youth drowns in Brahmaputra: সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ মৃত্যু যুৱকৰ - State disaster response force

By

Published : Nov 8, 2022, 7:24 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ডিব্ৰুগড়ত মঙলবাৰে ব্ৰহ্মপুত্ৰত এজন যুৱকৰ সলিল সমাধি ঘটে (Youth drowns in Brahmaputra at Dibjugarh)। ঘটনাৰ বিৱৰণী অনুসৰি সমনীয়াৰ সৈতে গা ধুই থকা অৱস্থাতে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে উটুৱাই নিলে ডিব্ৰুগড় চহৰৰ নিউ মাৰ্কেটৰ মিন্টু বাচফৰক (New Market in Dibrugarh City)। ডিব্ৰুগড় চহৰৰ জগাৰ্ছ পাৰ্কত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো । পিছত স্থানীয় ৰাইজে SDRF ক খবৰ দিয়াত উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ চলালে উদ্ধাৰ অভিযান(State disaster response force) । SDRFৰ জোৱানে বহু সময় ধৰি অভিযান চলাই অৱশেষত ঘটনাস্থলীৰ সমীপতে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details