Woman missimg: ৰহাত সন্তানসহ মহিলা নিৰুদ্দেশ - woman missing in Raha
যোৱা চাৰি জানুৱাৰীৰ পৰা সন্তানসহ নিৰুদ্দেশ হৈ আছে ৰহাৰ এগৰাকী মহিলা (woman missing in Raha)। ৰহাৰ শিলভেটাৰ মিজানুৰ খানৰ পত্নী য়াৰজান বেগম আৰু তেওঁৰ তিনিবছৰীয়া কন্যা সন্তান মমিনা খাতুন সন্ধানহীন হৈ থকাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে (Missing news in Raha)। সিদিনা পুৱা ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে আজিলৈ উভতি নাহিল মাতৃ আৰু কন্যা । কোনো লোকে য়াৰজান বেগমৰ সন্ধান পালে ৬০০১৪৭০১৫৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST