অসম

assam

Road accident at Teok: টীয়কত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কিশোৰ

By

Published : Nov 9, 2022, 4:39 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

টীয়কৰ কলিয়াপানী মুছলিম গাৱঁৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Teok)। যোৰহাট অভিমুখি এখন মটৰ চাইকেলে মুছলিম গাঁৱৰ বিতুল আলী (১১) নামৰ এজন কিশোৰক খুন্দিওৱাৰ ফলত তেওঁ আহত হয় (teen injured at Teok in road accident)। দুৰ্ঘটনাটোত আহত কিশোৰজনক স্থানীয় ৰাইজৰ সহযোগত টীয়ক আৰক্ষীয়ে প্ৰথমে স্থানীয় এফ আৰ ইউত ভৰ্তি কৰে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ স্থানান্তৰ কৰে । দুৰ্ঘটনাটোত মটৰ চাইকেল আৰোহী দুজনো আহত হোৱা বুলি জানিব পৰা গৈছে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details