অসম

assam

ETV Bharat / videos

চুজিৰে সহজ উপায়েৰে বনাওক মোদক - চুজি

By

Published : Aug 26, 2020, 9:02 PM IST

ভাপত দিয়া মোদকৰ তুলনাত চুজিৰ মোদক অতি কম সময়ৰ ভিতৰতে তৈয়াৰ কৰিব পাৰি ৷ বহুবাৰ হয়তো আপুনি চাউলৰ গুৰিৰে মোদক তৈয়াৰ কৰিছে ৷ যিটো হয়তো আপোনাৰ বাবে বহু সহজ নহ'বও পাৰে ৷ যদি চাউলৰ গুৰিখিনি সতেজ নহয় তেন্তে মোদকবোৰ অতি কঠিন হ'ব পাৰে ৷ ইয়াৰ পৰিৱৰ্তে চুজিৰ সৈতে ঘিউ আৰু গাখীৰ ব্যৱহাৰ কৰি অতি সহজতে আপুনি ধুনীয়া আকৃতি প্ৰদান কৰি তৈয়াৰ কৰিব পাৰিব মোদক ৷ লগতে ইয়াত প্ৰয়োজন হ'ব নাৰিকল আৰু গুৰৰ ৷

ABOUT THE AUTHOR

...view details