অসম

assam

ETV Bharat / videos

Protest against NPS at Baksha: পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবীত বৰমাত প্ৰতিবাদ - protest against NPS at Baksha

By

Published : Nov 8, 2022, 8:34 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা চমুকৈ এনপিএছ ব্যৱস্থাই চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰী জীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিছে বুলি ৰাজ্যৰ কৰ্মচাৰী সমাজে শংকা প্ৰকাশ কৰি আহিছে (Protest against NPS) ৷ নতুন পেঞ্চন আঁচনি (National Pension System) বাতিল কৰি পুৰণা পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত মঙলবাৰে দিছপুৰলৈ পদযাত্ৰা কৰিবলৈ অহা কৰ্মচাৰীসকলক আৰক্ষীয়ে বৰমাত আৱদ্ধ কৰি ৰাখে (Barama police detained NPS protesters) ৷ ইয়াৰ পিছতেই প্ৰতিবাদকাৰীসকলে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত বৰমাতে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দিয়ে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details