অসম

assam

ETV Bharat / videos

Arunachal Pradesh Helicopter crash: পুত্ৰৰ নশ্বৰ দেহ পাবলৈ অপেক্ষাৰত পিতৃ-মাতৃ - Biresh Sinha died in Arunachal Helicopter crash

By

Published : Oct 23, 2022, 3:53 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ মিজিঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছিল (Arunachal Pradesh Helicopter crash)৷ এই দুৰ্ঘটনাত শ্বহীদ হোৱা পাঁচজনৰ ভিতৰত আছিল বৰাক উপত্যকাৰ এগৰাকী বীৰ সন্তান (Biresh Sinha died in Arunachal Helicopter crash) ৷ দেওবাৰে কৰিমগঞ্জৰ নিজ বাসগৃহত উপস্থিত হ’ব শ্বহীদ বীৰেশ সিনহাৰ মৃতদেহ ৷ বীৰেশ সিনহাৰ ঘৰ ৰাতাবাৰী সমষ্টিৰ কাজিৰ বজাৰ পঞ্চায়তৰ আওলআলা গাঁৱত ৷ বীৰেশ সিনহাই সুদীৰ্ঘ পোন্ধৰ বছৰৰ পৰা ভাৰতীয় সেনাত কৰ্মৰত আছিল । নিজ পুত্ৰৰ শ্বহীদ হোৱা খবৰ পাই ঘৰখনত কান্দোনৰ ৰোল উঠিছে ৷ পুত্ৰৰ নশ্বৰ দেহ পাবলৈ ঘৰত পাবলৈ পিতৃ-মাতৃৰ লগতে গাঁওবাসীয়ে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details