অসম

assam

ETV Bharat / videos

উৎসৱৰ বতৰটি অনন্য কৰি তোলক কমলাৰ ক্ষীৰেৰে - kheer

By

Published : Nov 2, 2021, 1:21 PM IST

বাদাম, ইলাচী, গাখীৰ, চেনী আদিৰে তৈয়াৰী ক্ষীৰ আমি প্ৰায়েই খাও ৷ কিন্তু এবিধ ব্যতিক্ৰমী ‘কমলা টেঙাৰ ক্ষীৰ’ আপুনি খাই পাইছেনে ? সাধাৰণভাৱে প্ৰস্তুত কৰা ক্ষীৰৰ লেখীয়াকৈ কমলাৰ ক্ষীৰতো একেই পণ্যৰ প্ৰয়োজন ৷ কিন্তু কমলাৰ ক্ষীৰত সংযোজন কৰা হয় কমলা টেঙা ৷ কমলা টেঙাৰ টুকুৰাবোৰ সৰু সৰুকৈ কাটি সোৱাদ অনুসৰি মিহলাই দিয়া হয় গাখীৰেৰে তৈয়াৰী ক্ষীৰত ৷ অতি সহজে ঘৰতেই প্ৰস্তুত কৰি আপুনিও জুতি ল’ব পাৰে এইবিধ কমলা টেঙাৰ ক্ষীৰৰ...

ABOUT THE AUTHOR

...view details