অসম

assam

National Unity Day in Nalbari: নলবাৰীত পালন ৰাষ্ট্ৰীয় একতা দিৱস

By

Published : Oct 31, 2022, 10:06 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস (National Unity Day 2022) ৷ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৩১ অক্টোবৰত পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস । ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰী চহৰতো (National Unity Day 2022 at Nalbari) আৰক্ষীয়ে ৰূপায়ন কৰিলে মাৰ্চ পাষ্ট ৰেলী । নলবাৰীৰ গৰ্ডন খেল পথাৰত (Gordon Playground in Nalbari) আৰম্ভ কৰি চহৰখনৰ মাজেৰে এই ৰেলী উলিয়াই । উক্ত ৰেলীত নলবাৰীৰ আৰক্ষী অধীক্ষক পবীন্দ্ৰ কুমাৰ নাথেও অংশগ্রহণ কৰে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details