অসম

assam

Thief arrested at Kalgasia: কলগাছিয়াৰ বিলৰটাৰী গাঁৱত আতংকৰ সৃষ্টি কৰা এটা চোৰক আটক

By

Published : Nov 30, 2022, 1:21 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

বৰপেটা জিলাৰ কলগাছিয়াৰ বিলৰটাৰী গাঁৱত কালি এটা চোৰক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে (Thief arrested at Kalgasia)। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত উক্ত গাঁওখনত মঙলবাৰে সন্ধিয়া এটা নাবালক চোৰক ৰাইজে হাতেলোতে কৰায়ত্ব কৰে (Kalgasia Police arrested thief at Bilortari)। উল্লেখ্য যে এই চোৰটোৱে বিগত দিনত গাঁওখনৰ কেইবাটাও পৰিয়ালত চুৰি কৰি ধৰা পৰিছিল । কালি ৰাইজে চোৰটোক আটক কৰি অভিভাৱকক অৱগত কৰাই যদিও অভিভাৱকে ওলোতাই ৰাইজকহে ভাবুকি প্ৰদান কৰে । পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চোৰটোক থানালৈ লৈ যায় ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

...view details