অসম

assam

ETV Bharat / videos

DAC election: বিজেপি ছিৰিয়াছ দল: পীযুষ হাজৰিকা - Minister Piyush Hazarika criticised Congress

By

Published : Nov 2, 2022, 5:52 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

"বিজেপি এটা ছিৰিয়াছ দল, কংগ্ৰেছৰ কোনো ছিৰিয়াছনেছ নাই ।"এই মন্তব্য় মন্ত্ৰী পীযুষ হাজৰিকাৰ (Minister Piyush Hazarika criticized Congress)। বিহপুৰীয়াত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ অজি তেওঁ এইদৰে মন্তব্য আগবঢ়ায় (Deori Autonomous Council Elections) । অহা ৮ নবেম্বৰত অনুষ্ঠিত হ'ব দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন । উক্ত নিৰ্বাচনক কেন্দ্ৰ কৰি বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা পৰিষদীয় সমষ্টিতে মন্ত্ৰী হাজৰিকাই প্ৰচাৰ চলাই আছে । আজি মন্ত্ৰী গৰাকীয়ে ১৬ নং বাঁহগড়া সমষ্টিৰ অগপৰ প্ৰাৰ্থী নন্দিতা দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কয় যে বিজেপি দলটোক সকলোবোৰ সৰু-বৰ নিৰ্বাচনতে ছিৰিয়াছ হয় বুলি কয় ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details