অসম

assam

Micro finance Cheque distributed: বাক্সাত মাইক্ৰ’ফাইনেঞ্চৰ চেক বিতৰণ

By

Published : Oct 29, 2022, 6:33 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

বাক্সাত শনিবাৰে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা আচনিৰ ভিত্তিত মহিলাসকলৰ মাজত চেক বিতৰণ কৰা হয় (Micro finance check distribute in Baksha)৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) বিগত নিৰ্বাচনৰ সময়ত মহিলাসকলক মাইক্ৰ’ফাইনেঞ্চৰ ঋণৰ পৰা সকাহ দিবলৈ দিয়া আশ্বাস অনুসৰি এতিয়ালৈকে বাক্সা জিলাত মুঠ ২,৩০২ হিতাধিকাৰীক প্ৰায় 39 কোটি টকা বিতৰণ কৰা হৈছে ৷ ইয়াৰ ভিতৰত শনিবাৰে মুছলপুৰত ৫০০ গৰাকী মহিলাক আনুষ্ঠানিকভাৱে এই চেক বিতৰণ কৰা হয় (Micro finance check distribute at Mushalpur)৷ এই চেক বিতৰণ সভাত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো (BTC Chief Pramod Bodo), বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, মুছলপুৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, মন্তু ব্ৰহ্ম, বাক্সা জিলাৰ উপায়ুক্ত মাচান্দা পাৰ্টিন, বাক্সা জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ লগতে কেইবাগৰাকী বিষয়া ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details