অসম

assam

ETV Bharat / videos

Model Anganwadi Centre: টীয়কত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন - Mla Renupma Rajkhowa

By

Published : Nov 8, 2022, 5:58 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

যোৰহাট জিলাৰ টীয়কৰ ৩৪ নং পীড়াকটা পদুমপুখুৰী গোহাঁই গাঁৱত মঙলবাৰে এটি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয় (Foundation Stone of Anganwadi Centre at Teok)। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনত নিৰ্মাণ হ'বলগীয়া অংগনৱাড়ী কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে বিধায়িকা ৰেণুপমা ৰাজখোৱাই (Mla Renupma Rajkhowa)। টীয়ক বিধান পৰিষদৰ সম্পাদক দীপক বৰাই আঁত ধৰা উক্ত অনুষ্ঠানত টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, অগপৰ জিলাৰ সম্পাদক দ্বিপেন বুঢ়াগোহাঁই, কলিয়াপানী উন্নয়ন খণ্ডৰ কাৰ্যকৰী অভিযন্তা চৈয়দ আব্দুল মবিন, অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পৰেশ বৰা, মধ্য যোৰহাট সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কিশোৰ শইকীয়া উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details