অসম

assam

By

Published : Oct 25, 2022, 8:28 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / videos

Diwali in Majuli : সত্ৰ নগৰী মাজুলীত পোহৰৰ উৎসৱ উদযাপন

সত্ৰ নগৰী মাজুলীতো উলহ-মালহেৰে উদযাপন কৰা হয় পোহৰৰ উৎসৱ দীপাৱলী (Diwali celebrate in Majuli)। বতৰে যদিও এই উৎসৱ পালন কৰাত কিছু পৰিমাণে ব্যাঘাত জন্মাইছিল তথাপি পোহৰৰ উৎসৱটি পালন কৰাত কোনো লোক থমকি ৰোৱা নাই । মাজুলীৰ ঐতিহাসিক দক্ষিণ পাট সত্ৰতো সকলো বৈষ্ণৱে মিলি উদযাপন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী (Diwali celebrate at Dakhinpat Satra)। ঐতিহাসিক দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে (Satradhikar Nanigopal Dev Goswami) সকলোলৈকে পোহৰ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে । সত্ৰাধিকাৰগৰাকীয়ে লগতে আগন্তুক ৰাস মহোৎসৱত মাজুলীলৈ আহিবলৈ সকলোকে আহ্বান জনাইছে । সকলোৰে এটাই আশা যাতে এই উৎসৱৰ পোহৰে সমাজত এক সুস্থিৰ পৰিবেশ গঢ় দিয়ে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details