অসম

assam

By

Published : Nov 15, 2022, 8:52 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

ETV Bharat / videos

Tribal Pride Day in Baksha:বাক্সত মধুমেহ ৰোগ প্ৰতিৰোধৰ সজাগতা সভা

বাক্সা জিলাৰ দোলবাৰীৰ একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুলত পিৰামল ফাউণ্ডেচনৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত মঙলবাৰে এক স্বাস্থ্যৰ সজাগতা সভা অনুস্থিত হয় (Health awareness of Piramal Foundation) । জনজাতীয় গৌৰৱ দিৱসৰ সৈতে সংগতি ৰাখি পিৰামল ফাউণ্ডেচনে মধুমেহ ৰোগৰ কাৰণ, ইয়াৰ প্ৰতিৰোধ সম্পৰ্কে অৱগত কৰে (Tribal Pride Day at Baksha)৷ ছাত্ৰ-ছাত্ৰীসকলে এই ৰোগ সম্পৰ্কে অৱগত হোৱাৰ পিছত যাতে পৰিয়াল তথা গাঁৱৰ লোকসকলক মধুমেহ ৰোগৰ কাৰক সমূহ জনাব পাৰে তাৰ উদ্দেশ্য আগত ৰাখিয়ে সজাগতা সভাখন অনুষ্ঠিত কৰা হয় (Diabetese awareness programme)৷
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details