অসম

assam

By

Published : Dec 22, 2022, 5:06 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / videos

National Childrens Science Congress: ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত ছাজিদা

"সু-স্বাস্থ্য আৰু সৰ্বাংগীন কুশলতাৰ বাবে পৰিস্থিতিতন্ত্ৰক বুজো আঁহা" শীৰ্ষক মূলমন্ত্ৰৰে তেজপুৰত অনুষ্ঠিত ২০২২ বৰ্ষৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰত বদৰপুৰৰ বিদ্যা মন্দিৰৰ ছাজিদা পাৰবীনে সাফল্য় অৰ্জন কৰা বাবে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে (State Childrens Science Festival at Tezpur)। সোমবাৰে ঘোষণা কৰা ফলাফল অনুসৰি বদৰপুৰৰ বিদ্যা মন্দিৰৰ ছাজিদা পাৰবীনৰ প্ৰকল্পটো অহা জানুৱাৰীত গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ'বলগাীয়া ৰাষ্ট্রীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে (National Childrens Science Congress 2022 23)। বদৰপুৰ বিদ্যা মন্দিৰৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক বৃহস্পতিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Child scientist felicitated at Barak)।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details