Book released at Guwahati: অসম শিশু সাহিত্য ন্যাসৰ ১৮ খন গ্ৰন্থ উন্মোচন - Assam Childrens Literature Foundation
গুৱাহাটীৰ চানমাৰীস্থিত অসম শিশু সাহিত্য ন্যাসৰ (Asom Sishu Sahitya Nyash) কাৰ্যালয়ত মঙলবাৰে ন্যাসৰ ২০২১-২২ বৰ্ষত প্ৰকাশ কৰা ১৮ খন গ্ৰন্থ উন্মোচন কৰা হয় (18 Books released at Guwahati)। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গ্ৰন্থ কেইখন উন্মোচন কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু ন্যাসৰ সচিব হৃষীকেশ গোস্বামী, ন্যাসৰ উপ-সভাপতি পদ্মশ্ৰী অৰূপ কুমাৰ দত্ত, শিশু সাহিত্য অকাডেমি বঁটাপ্ৰাপক বন্দিতা ফুকনে (Education Minister Dr Ranoj Pegu released book)। উক্ত গ্ৰন্থ উন্মোচনী সভাতে অসম ভিত্তিত আয়োজন কৰা পাণ্ডুলিপি প্রতিযোগিতাৰ বিজয়ীসকলকো বঁটা প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানত গ্ৰন্থ সমূহৰ লেখক লেখিকাসকলক শিক্ষা মন্ত্ৰীগৰাকীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ।
Last Updated : Feb 3, 2023, 8:32 PM IST