অসম

assam

ETV Bharat / videos

Lachit Divas 2022: কমলপুৰ আৰক্ষী থানাত লাচিত বৰফুকনৰ জন্মজয়ন্তী উদযাপন - SP of Kamrup District

By

Published : Nov 23, 2022, 12:29 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী ৰাজ্য়জুৰি সপ্তাহযোৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে (400 birth anniversary of Lachit Borphukan)। ইয়াৰ সৈতে সংগতি ৰাখি কমলপুৰ আৰক্ষী থানাতো অনুষ্ঠিত হয় বীৰগৰাকীৰ জন্মজয়ন্তী (birth anniversary of Lachit at Kamalpur Police Station)। কমলপুৰ আৰক্ষী থানাৰ উদ্যোগত বিদ্যালয় ,মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় । তদুপৰি থানা চৌহদত অনুষ্ঠিত হয় এক সাংস্কৃতিক সন্ধিয়াৰো । উক্ত সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকি কামৰূপ জিলাৰ আৰক্ষী অধীক্ষ হিতেশ ৰায়ে বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰে (SP of Kamrup District)। সাংস্কৃতিক সন্ধিয়াত প্ৰদৰ্শন কৰা হয় মহাবীৰগৰাকীৰ জীৱনৰ আধাৰত ৰচনা কৰা এখনি আলেক্ষ্য ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details