অসম

assam

Lachit Barphukan Maidam Cultural Project: লাচিত বৰফুকন মৈদাম সাংস্কৃতিক প্ৰকল্পৰ ভূমিপূজনৰ প্ৰস্তুতি

By

Published : Dec 13, 2022, 2:12 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

অহা ১৫ ডিচেম্বৰৰ সন্ধিয়া যোৰহাটত অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক (Cabinet Meeting at Jorhat)। সিদিনাই দিনৰ ভাগত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ বাবে গ্ৰহণ কৰা কেইবাটাও আঁচনিৰ কামৰ শুভাৰম্ভ কৰাৰ লগতে ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰিব (Assam CM will Laying foundation stone)। পুৱাই মুখ্যমন্ত্ৰীগৰাকীয়ে লাচিত মৈদামত তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত লাচিত বৰফুকন মৈদাম সাংস্কৃতিক প্ৰকল্পৰ বাবে আগবঢ়োৱা ১৫০ কোটি টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা আঁচনিৰ ভূমিপূজনত অংশ ল'ব (Lachit Borphukan Maidam Cultural Project at Jorhat)। ইয়াৰ বাবে তৎপৰ হৈছে জিলা প্ৰশাসনৰ লগতে মৈদাম সংৰক্ষণ সমিতি (Bhumi Pujan at Jorhat)।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details