Cannabis cultivation in Nalbari: নলবাৰীৰ শিয়ালমাৰী চৰত আটক ভাং খেতিয়ক - Farmers detained for cultivating cannabis
শিয়ালমাৰী চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল বাৰেক সৰকাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে কুৰিহামৰী ডায়েৰী ফাৰ্মৰ পৰা আটক কৰে দুজনকৈ ভাং খেতিয়কক(Farmers detained for cultivating cannabis) । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কামাল উদ্দিন আৰু ৰফিক আলী নামৰ লোক দুজনে দীৰ্ঘদিন ধৰি সেই অঞ্চলত ভাঙৰ খেতি কৰি অহাৰ লগতে ভাঙৰ এখন ৰমৰমীয়া বেহা চলাই আহিছিল (Cannabis cultivation in Nalbari) । শিয়ালমাৰী চৰ আৰক্ষীয়ে আটকাধীন লোক দুজনক নলবাৰী সদৰ থানালৈ প্ৰেৰণ কৰে ।
Last Updated : Feb 3, 2023, 8:20 PM IST