অসম

assam

By

Published : Feb 12, 2022, 10:07 AM IST

Updated : Feb 3, 2023, 8:11 PM IST

ETV Bharat / videos

মুছলমান বিশ্ববিদ্যালয়ৰ প্ৰয়োজন নাই উত্তৰাখণ্ডক : হিমন্ত বিশ্ব শৰ্মা

উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা শুকুৰবাৰে ডেৰাডুনত উপস্থিত হয় (CM Himanta Biswa in Uttarakhand ) । এই সময়চোৱাত ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত,অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, হৰিশ ৰাৱটে উত্তৰাখণ্ডত এখন মুছলমান বিশ্ববিদ্যালয় খুলিব বিচাৰিছে (Exclusive interview of CM Himanta Biswa in Uttarakhand) । উত্তৰাখণ্ডক এখন মুছলমান বিশ্ববিদ্যালয়ৰ প্ৰয়োজন নাই। ইয়াত থকা শিশুসকলে চিকিৎসক আৰু অভিযন্তা হ'ব লাগিব, মুছলমান বিশ্ববিদ্যালয়ত পঢ়ি এনে একো নহয় । নিৰ্বাচনী সভাত ৰাহুল গান্ধীক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছত এই সাক্ষাৎকাৰতে পুনৰ কংগ্ৰেছক নেতা গৰাকীক তীক্ষ্ন সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ চাও আহক আমাৰ এই বিশেষ সাক্ষাৎকাৰ ৷
Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

...view details