অসম

assam

By

Published : Nov 2, 2022, 12:10 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / videos

SRK birthday: মন্নতৰ বাহিৰত অনুৰাগীক দৰ্শন দিলে শ্বাহৰুখে

বলীউডৰ চুপাৰষ্টাৰ আৰু সকলোৰে প্ৰিয় শ্বাহৰুখ খানে 2 নৱেম্বৰত তেওঁৰ 57 তম জন্মদিন উদযাপন কৰিছে (Shah rukh khan age) । উৎসাহী অনুৰাগীসকলে মুম্বাইত অভিনেতাজনক জন্মদিনৰ শুভেচ্ছা জনাবলৈ তেওঁৰ বাসগৃহ মন্নতৰ বাহিৰত একত্ৰিত হৈছিল (Shah rukh khan birthday) । এছ আৰ কেই অনুৰাগীসকলক হাত জোকাৰি অভিবাদন জনাবলৈ বেলকনিলৈ ওলাই আহে । অভিনেতাজনে অনুৰাগীসকলক সম্বোধন কৰাৰ সময়ত কণমানি আব্ৰামকো লগত ৰাখিছিল ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details