অসম

assam

ETV Bharat / videos

Jehadi in Assam : অসমত জেহাদীৰ সমগ্ৰ নেটৱৰ্ক উৎখাত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ অসম আৰক্ষী : জি পি সিং - Jihadi issue in Assam

By

Published : Aug 1, 2022, 10:11 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

অসমত জেহাদীৰ সমগ্ৰ নেটৱৰ্ক উৎখাত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ অসম আৰক্ষী ৷ অসমৰ বহু মাদ্ৰাছা অসম আৰক্ষীৰ নজৰত আছে ৷ সোমবাৰে মৰিগাঁৱৰ জাগীৰোড আৰক্ষীৰ থানাত উপস্থিত হৈ জেহাদীৰ বিৰুদ্ধে এই তথ্য প্ৰকাশ কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (SDGP GP Singh in Morigaon)।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details