অসম

assam

ETV Bharat / videos

Fashion Show-2022: গুৱাহাটীত অনুষ্ঠিত ফেশ্বন শ্ব’ত জিলিকিল জোনাইৰ ৰিমঝিম - নৰ্থ ইষ্ট ইণ্ডিয়া 2022 ফেশ্বন শ্ব’

By

Published : Oct 29, 2022, 10:53 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

অলপতে গুৱাহাটীত অনুষ্ঠিত হয় স্পাৰ্কে আয়োজন কৰা নৰ্থ ইষ্ট ইণ্ডিয়া 2022 ফেশ্বন শ্ব’ ৷ অসমৰ বিভিন্ন জিলাৰ প্ৰতিযোগীয়ে অংশ লয় অনুষ্ঠানটোত ৷ গুৱাহাটী, শিলচৰ আদিকে ধৰি বিভিন্ন স্থানৰ পৰা ভাগ লোৱা এই ফেশ্বন শ্ব’ত প্ৰথম ৰানাৰ আপ খিতাপ লাভ কৰে জোনাইৰ বাসিন্দা ৰিমঝিম মাঝিয়ে ৷ জোনাইৰ আগম দলুং নিৱাসী কান্নাইয়া মাঝি আৰু পুষ্পা মাঝিৰ কনিষ্ঠ কন্যা ৰিমঝিমৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে পৰিয়াল তথা জোনাইবাসী ৰাইজ । সৰুৰে পৰা মডেলিঙৰ প্ৰতি আকৰ্ষিত ৰিমঝিমে কেইবা ঠাইতো ফেশ্বন শ্ব’ত অংশ লৈ পুৰষ্কাৰ বুটলিবলৈ সক্ষম হৈছে ৷ চাওক ভিডিঅ’-
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details