অসম

assam

ETV Bharat / videos

Protest in Tamulpur : গোৰেশ্বৰত চৰকাৰৰ বিৰুদ্ধে CPI (M) ৰ প্ৰতিবাদ - গোৰেশ্বৰত চৰকাৰৰ বিৰুদ্ধে CPI ৰ প্ৰতিবাদ

By

Published : Aug 4, 2022, 10:04 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

প্ৰতিবাদত উত্তাল হ’ল তামুলপুৰ জিলা (Protest in Tamulpur) ৷ বৃহস্পতিবাৰে বান বিধ্বস্ত লোকক পৰ্যাপ্ত পৰিমানে সাহায্য আৰু ক্ষতিপুৰণ দিয়া, অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ কৰা, ভোগ দখল কৰি থকা কৃষকৰ মাটিৰ পট্টা দিয়া, শ্ৰমিক সকলৰ অধিকাৰ সুনিশ্চিত কৰা, এন পি এচ বাতিল কৰি পুৰণি পেঞ্চন বাহাল ৰখা, সমৱায়সমূহৰ আনাদায় পৰিবহন খৰচ শীঘ্ৰে অদায় দি বিনামূলীয়া চাউল যোগান ধৰা আদি কেইবাটাও দাবীৰে গোৰেশ্বৰত চিপিআই(এম)য়ে এক ৰেলী বাহিৰ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে প্ৰতিবাদকাৰী সকলে উল্লেখিত দাবী সম্বলিত এখনি স্মাৰক পত্ৰও মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে (Memorandum issued to Assam CM by CPI-M) ৷ ইতিমধ্যে তামুলপুৰ জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা ৷ সেয়ে ১৪৪ ধাৰা খৰ্ব কৰাৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলক গোৰেশ্বৰ আৰক্ষীয়ে আটক কৰি লৈ যায় ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details