Sweet Dish Recipe : ঘৰতে প্ৰস্তুত কৰা কাজু বৰফিৰ সহজ ৰেচিপি - সুস্বাদু কাজু বৰফি
মিঠাই সকলোৰে প্ৰিয় খাদ্য (Sweet dish recipe)৷ মিঠাই বুলি ক’লেই ডেকা-বুঢ়াসকলোৰে জিভাৰ পানী পৰে (Sweet recipe at home)৷ মিঠাই বুলি ক’লে স্বাভাৱিকতে মনলৈ আহে কাজু বৰফিৰ কথা ৷ পিছে আপুনি জানেনে বাৰু কেনেকৈ বাৰু ঘৰতে প্ৰস্তুত কৰিব পাৰি সুস্বাদু কাজু বৰফি (Kaju katli sweet dish at home)? সেয়ে আজি আমি আপোনালোকলৈ লৈ আনিছো ঘৰতে সহজে প্ৰস্তুত কৰিব পৰা কাজু বৰফিৰ এটা ৰেচিপি (Homemade Kaju Katli) ৷
Last Updated : Feb 3, 2023, 8:25 PM IST