অসম

assam

By

Published : Jul 29, 2022, 2:26 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / videos

AABS protests in Dibrugarh: ভানু ভূমিজৰ ন্যায়ৰ দাবীত ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ

ভানু ভূমিজৰ ন্যায় বিচাৰি ডিব্ৰুগড়ত সদৌ অসম ভূমিজ সমাজৰ প্ৰতিবাদ (AABS protests in Dibrugarh demanding justice for Bhanu) ৷ ভানু ভূমিজৰ পৰিয়ালক এককালীন সাহাৰ্য্য প্ৰদান কৰাৰ লগতে ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ অস্থায়ী চাহ শ্ৰমিক হিচাপে কৰ্মৰত মইনা নায়কৰ উন্নত চিকিৎসাৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাবস্ত্য কৰে । উল্লেখ যে শিৱসাগৰ জিলাৰ বিতুপন ঢেকিয়াল ফুকনৰ বাসগৃহত বনকৰা কিশোৰী হিচাপে ৰখা ফুলকুমলীয়া ভানু ভূমিজক নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ বিতুপন ঢেকিয়াল ফুকনৰ বিৰুদ্ধে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details