অসম

assam

বোকাখাতত নিৰ্বাচনী সংঘাত: কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ সমৰ্থকৰ মাজত তৰ্কযুদ্ধ

By

Published : Mar 4, 2022, 9:18 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

বোকাখাত পৌৰসভাৰ ৬ আৰু ৭ নং ৱাৰ্ডৰ সীমাত কংগ্ৰেছ দলৰ সাংসদ গৌৰব গগৈৰ নিৰ্বাচনী সভা চলি থকাৰ সময়তে সংঘটিত হয় সংঘাত (Electoral conflict at Bokakhat)৷ ৬ নং ৱাৰ্ডৰ মিত্ৰজোটৰ প্ৰাৰ্থী উশা চেত্ৰী আৰু ৭ নং ৱাৰ্ডৰ মিত্ৰজোটৰ প্ৰাৰ্থী সঞ্জীৱ শৰ্মাৰ নিৰ্বাচনী সমদল সভাৰ কাষৰ পথেৰে পাৰ হোৱাৰ সময়তে সৃষ্টি হয় কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ সমৰ্থকৰ হুলস্থুলীয়া পৰিবেশৰ । তুমুল বাকযুদ্ধ হয় গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টাই সহিতে কংগ্ৰেছ কৰ্মী আৰু মিত্ৰজোঁটৰ সমৰ্থকৰ মাজত ।
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

...view details