হোজাইত চলন্ত ৰেলৰ পৰা ড্ৰাগছসহ সৰবৰাহকাৰী আটক - হোজাইৰ ৰেল আৰক্ষী
হোজাইত চলন্ত ৰেলৰ পৰা ড্ৰাগছ জব্দ ৷ ১০ টা চাবোনৰ বাকছত ড্ৰাগছ, ৬ টা মোবাইল ফোনসহ তিনিগৰাকী মহিলা আৰু তিনিজন যুৱকক আটক আৰক্ষীৰ (Drugs peddler arrested at Hojai)। হোজাইৰ ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচীত নামনিমুৱা বিজি এক্সপ্ৰেছৰ পৰা জব্দ কৰে ড্ৰাগছখিনি । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীকেইজনৰ নাম তদন্তৰ খাতিৰত প্ৰকাশ কৰিব বিচৰা নাই ৰেল আৰক্ষীয়ে । হোজাই ৰেল আৰক্ষীৰ জনোৱা অনুসৰি ডিমাপুৰৰ পৰা অনা হৈছিল ড্ৰাগছখিনি ৷
Last Updated : Feb 3, 2023, 8:22 PM IST