অসম

assam

ETV Bharat / videos

যৌতুক আমাৰ সংস্কৃতি নহয় : ভাস্কৰজ্যোতি মহন্ত - Bhaskarjyoti Mahanta at Women's Day program

By

Published : Mar 8, 2022, 8:00 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

যৌতুক আমাৰ সংস্কৃতি নহয় ,যৌতুকৰ বাবে হোৱা মৃত্যুৰ ঘটনাবোৰ গুৰুত্ব সহকাৰে লোৱা হৈছে ৷ এই ক্ষেত্ৰত সমাজ সচেতন হোৱা উচিত(Assam Police will take action against dowry) ৷ মংগলবাৰে কটন বিশ্ববিদ্যালয়ৰ center for women's studies ৰ উদ্যোগত আৰু কটন বিশ্ববিদ্যালয় শিক্ষক সংস্থা(Cotton University Teachers' Association)ৰ সহযোগত কে বি আৰ প্ৰেক্ষাগৃহত আয়োজিত আন্তৰ্জাতিক নাৰী দিৱস(International Women's Day 2022)ৰ অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই (DGP Bhaskar Jyoti Mahanta against dowry) । ইফালে তেঁও কয় যে, অসম আৰক্ষীয়ে ERSS কনচেপ্ট লৈছে যিকোনো বিপদৰ সময়ত ১১২ নম্বৰত ডাইল কৰিলে সহায় আগবঢ়াব আৰক্ষীয়ে , এই ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱস্থা কৰা হৈছে ৷
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

...view details