অসম

assam

ETV Bharat / videos

মুখ্যমন্ত্ৰী পত্নীৰ ভূমি কেলেংকাৰীৰ তদন্ত বিচাৰি যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদী সমদল - Congress protests against land grabbing case

By

Published : Feb 10, 2022, 1:47 PM IST

Updated : Feb 3, 2023, 8:11 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই 29 বিঘা চিলিং মাটি হস্তগত কৰি লোৱা বুলি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছৰে পৰা সমগ্ৰ ৰাজ্যত ইয়াকলৈ প্ৰতিক্ৰিয়া অব্যাহত আছে (Land grabbing allegation against CM family) ৷ বাতৰি প্ৰকাশৰ পিছতেই বিৰোধী দল কংগ্ৰেছে এই ভূমি কেলেংকাৰীৰ তদন্ত বিচাৰি প্ৰতিখন জিলাতে এক মাহ পূৰ্বৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে (Congress protests against land grabbing case) ৷ বৃহস্পতিবাৰে যোৰহাট জিলা কংগ্ৰেছে এই ভূমি কেলেংকাৰিৰ তদন্ত বিচাৰি এক প্ৰতিবাদী সমদল বাহিৰ কৰে যদিও আৰক্ষীৰ বাধাৰ সমখীন হয় প্ৰতিবাদী সমদলটো ৷
Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

...view details