অসম

assam

ETV Bharat / videos

নগাঁৱত ভুল চিকিৎসাৰ বলি ৰোগী, ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি

By

Published : Aug 18, 2019, 2:02 PM IST

নগাঁৱৰ জি ডি নাৰ্ছিং হোমত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ চিকিৎসকৰ গাফিলতি আৰু ভুল চিকিৎসাৰ বাবেই ৰোগীৰ মৃত্যু হোৱা বুলি ৰোগীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰাৰ লগতে চিকিৎসালয়খনত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে ৷ অৱশেষত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

ABOUT THE AUTHOR

...view details