অসম

assam

বানৰ সন্ত্ৰাসঃ বিধায়কৰ বাহনত বন্যহস্তীৰ আক্ৰমণ

By

Published : Jul 17, 2019, 9:10 PM IST

বন্যহস্তীৰ আক্ৰমণত ক্ষতিগ্ৰস্থ হয় অগপ নেতা তথা তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ বাহন ৷ বুধবাৰে তেজপুৰ চহৰত দুটাকৈ বন্য়হস্তীয়ে আক্ৰমণ কৰে বিধায়ক গোস্বামীৰ বাহনত ৷ আনহাতে বন্যহস্তীৰ আক্ৰমণৰ পিচতেই স্থানীয় প্ৰশাসনে বন্ধ কৰি দিয়ে অগ্নিগড় পাৰ্ক ৷

ABOUT THE AUTHOR

...view details