আজিৰ দিনটোৰ শীৰ্ষ দহটা বাতৰি - দিনটোৰ মূখ্য বাতৰি
তৰুণ গগৈৰ স্বাস্থ্য, ভাৰত-ইজৰাইল কৃষি প্ৰকল্পৰ আধাৰশীলা, অসম মেঘালয় সীমান্তৰ পৰিস্থিতিৰ বিষয়ে গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ, লক্ষ্য কোঁৱৰৰ সম্বৰ্ধনা, কোভিড ৰোগীৰ মৃতদেহৰ পৰা অলংকাৰ চুৰিকে ধৰি দিনটোৰ শীৰ্ষ দহটা বাতৰি ৷