অসম

assam

By

Published : Sep 5, 2019, 8:54 PM IST

ETV Bharat / videos

শিলচৰৰ গান্ধীবাগত পৌৰসভাৰ নৱনিৰ্মাণ আঁচনিৰ বিৰোধিতা

শিলচৰ চহৰৰ মাজমজিয়াত থকা একমাত্ৰ উদ্যান গান্ধীবাগত শিলচৰ পৌৰসভাৰ উদ্যোগত মল, হোটেল, এমিউজমেন্ট পাৰ্ক আদি নিৰ্মাণৰ প্ৰস্তাৱৰ বিৰোধিতা কৰি চহৰৰ বিভিন্ন সামাজিক সাংস্কৃতিক দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।

ABOUT THE AUTHOR

...view details