গুৱাহাটীত অধ্যয়নৰত ছাত্ৰী ত্ৰিপুৰাত কোভিড-১৯ পজিটিভ - ছাত্ৰী শ্বিয়াৰী দেৱবৰ্মা
গুৱাহাটী, 17মেঃ গুৱাহাটীত অধ্যয়নৰত ছাত্ৰী ত্ৰিপুৰাত ক'ভিড১৯ পজিটিভ পোৱাৰ লগে লগে ছাত্ৰী গৰাকী থকা গুৱাহাটীৰ ৰুক্মিণীগাঁৱ দুই নং বাইলেন এছ কে বৰুৱা পথক কন্টেইনমেন জ'ন হিচাপে ঘোষণা কৰা হৈছে। উল্লেখ্য যে গুৱাহাটীত অধ্যয়নৰত ছাত্ৰী শ্বিয়াৰী দেৱবৰ্মা ঘোঁৰামাৰাৰ NEPDS ছাত্ৰী আছিল। দুদিন আগলৈকে বান্ধৱীৰ সৈতে ৰুক্মিণীগাঁৱৰ ভাড়াঘৰত আছিল ছাত্ৰী গৰাকী।