লক ডাউনঃকেনেদৰে চলিছে ৰাজ্যৰ অনাথ আশ্ৰমসমূহ?
মহামাৰী কৰ'ণাৰ আতংকত তস্ত্ৰমান সমগ্ৰ পৃথিৱী ৷ বিশ্ববাসী আজি গৃহবন্দী ৷ দেশতো চলি আছে লক ডাউন ৷ খাদ্যৰ নাটনিৰ বাবে দৰিদ্ৰজনক সহায় কৰিছে চৰকাৰ-প্ৰশাসন তথা সমাজৰ বিভিন্ন মানুহে ৷ কিন্তু তাৰ মাজতে কেনেদৰে চলি আছে অনাথ আশ্ৰম সমূহ ?এনে জটিল সময়ত কেনেদৰে আছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনাথ আশ্ৰমসমূহ?স্বাস্থ্যৰ ক্ষেত্ৰত কেনেধৰণৰ সজাগতা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এই সকলো সামৰি আমাৰ এক বিশেষ প্ৰতিবেদনঃ
Last Updated : Apr 11, 2020, 10:04 PM IST