অসম

assam

ETV Bharat / videos

আজি অম্বুবাচী মহাযোগৰ তৃতীয়টো দিনঃ কামাখ্যাত ভক্তৰ লানি নিছিগা ভিৰ

By

Published : Jun 24, 2019, 3:14 PM IST

গুৱাহাটী, 24 জুনঃ দেশী বিদেশী ভক্তৰে ভৰি পৰিছে নীলাচল পাহাৰ ৷ ভক্তৰ সমাগমেৰে উদুলি মুদুলি মন্দিৰৰ চৌহদ ৷ কামাখ্যা মন্দিৰৰ পথৰ পৰা সাংবাদিক হিৰুল হকৰ এক প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details