অসম

assam

তিনিচুকীয়াৰ গাঁৱত কি কৰিছে বিদেশী পৰ্যটকে ?

By

Published : Mar 22, 2019, 6:56 PM IST

তিনিচুকীয়াত শাৰী শাৰী চাহ গছৰ মাজে মাজে এতিয়া পিটপিটাই ফুৰিছে বগা চাহাব আৰু মেম চাহাবে ৷ বিশেষকৈ দুস্প্ৰাপ্য প্ৰজাতিৰ হলৌ বান্দৰে বাৰুকৈয়ে আকৰ্ষণ কৰিলে এইসকল বিদেশী পৰ্যটকক । চুইডেনৰ পৰা অহা পৰ্যটকৰ দলটোৱে কেমেৰাত আৱদ্ধ কৰিলে হলৌ বান্দৰৰ বহু আলোকচিত্ৰ ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details