অসম

assam

ETV Bharat / videos

শিলচৰত ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ - ONGC

By

Published : Jul 2, 2019, 11:31 PM IST

স্বাধীনতাৰ পিচৰে পৰা চৰকাৰী বিষয়া অথবা জনপ্ৰতিনিধিৰ ছাঁটোকে প্ৰত্যক্ষ নকৰা এখন গাঁওৰ গঁঞাৰ কাহিনী ৷ এইখন অসমৰে কাছাৰ জিলাত আছে সেইখন গাঁও যিখন গাঁৱৰ গাঁৱবাসীয়ে নাজানে তেঁওলোকৰ জিলা কি, কোন তেঁওলোকৰ বিধায়ক ৷ একমাত্ৰ ইটিভি ভাৰতত এই বিষয়ে বাতৰি প্ৰকাশ হোৱাৰ পাছতে গাঁওখনত উপস্থিত হয় ONGCৰ এটি দলৰ লগতে জিলা উপায়ুক্ত ৷

ABOUT THE AUTHOR

...view details