অসম

assam

By

Published : Aug 24, 2019, 12:04 AM IST

Updated : Aug 24, 2019, 6:56 AM IST

ETV Bharat / videos

এগৰাকী সাধাৰণ বৃদ্ধাৰ অসাধাৰণ কথাৰে...

"হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, মোৰ মনত ভেদভাৱ নাই" এফালে পূজা আনফালে নামাজ, ঈদেই হওঁক বা বিহু, মানৱতাকে ধৰ্ম আৰু কৰ্ম বুলি গণ্য কৰি বিগত প্ৰায় ন বছৰে মৰম স্নেহৰ মাজেৰে জীৱন পাৰ কৰা দুটা পৰিয়াল.... সবিশেষ এই প্ৰতিবেদনত...
Last Updated : Aug 24, 2019, 6:56 AM IST

ABOUT THE AUTHOR

...view details