অসম

assam

By

Published : Mar 23, 2019, 11:23 PM IST

ETV Bharat / videos

চেনীমাই, জানমণি নে ৰহেদৈ...কোন-কোন সাজু বিহুমঞ্চ কঁপাবলৈ ?

বৰদৈচিলাৰ আগমনৰ লগে-লগেই অসমৰ প্ৰতিজন কলা-কুশলী ব্যস্ত হৈ পৰিছে ইখনৰ পিছত সিখন বিহু মঞ্চ কঁপাবলৈ । জুবলীৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰখ্যাত চেনীমাই তথা নীল আকাশ সাজু হৈ উঠিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিহু মঞ্চ কঁপাবলৈ । এই বৰ্ষৰ বিহু মেলাৰ বাবে কোনখন মঞ্চত কোনে কি পৰিৱেশন কৰিব..এই সন্দৰ্ভত ই.টি.ভি ভাৰতৰ সাংবাদিকৰ আগত শিল্পীসকলে কি ক'লে শুনো আহক ।

ABOUT THE AUTHOR

...view details