অসম

assam

ETV Bharat / videos

মহানগৰীত ত্ৰিশূল বাবাৰ আতংক - গুৱাহাটী

By

Published : May 21, 2019, 11:31 AM IST

বস্তা বাবা, চুমা বাবা, অথবা পেটিকোট বাবা নহয় এইবাৰ ত্ৰিশূল বাবা ৷ আধুনিক বেশভূষাৰে টি চাৰ্ট পৰিধান কৰা বাবা ভগৱান শিৱৰ স্বয়ম্ভু অৱতাৰ ৷ পিচে বাবাই ভক্তৰ মনোকামনা পূৰ কৰাৰ বিপৰীতে তাণ্ডৱহে চলাইছে ভক্তগণৰ ওপৰত ৷

ABOUT THE AUTHOR

...view details