অসম

assam

By

Published : Jan 27, 2021, 6:30 PM IST

Updated : Jan 27, 2021, 7:18 PM IST

ETV Bharat / videos

জনপ্ৰতিনিধিৰ সম্পত্তি: কোন ধনী, কোন দুখীয়া ?

'আচাম ইলেকচন ৱাটচ' নামৰ বেচৰকাৰী সংস্থাটোৱে প্ৰকাশ কৰিছে অসমৰ মন্ত্ৰী-বিধায়ক সকলৰ সম্পত্তিৰ তালিকা ৷ 2016 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগক দাখিল কৰা সম্পত্তিৰ তথ্য ভিত্তিতেই সংস্থাটোৱে প্ৰকাশ কৰিছে তালিকা ৷ তালিকাৰ শীৰ্ষ দহটা স্থান দখল কৰা জনপ্ৰতিনিধি কেইগৰাকী কোন জানেনে ? চাওঁ আহক এই প্ৰতিবেদনত ৷
Last Updated : Jan 27, 2021, 7:18 PM IST

ABOUT THE AUTHOR

...view details