নীলাচলৰ বুকুত নহয় এইবাৰ শৰাইঘাট সৰোৱৰত কামাখ্যা ধাম! - কামাখ্যা ধাম
অম্বুবাচী মেলা উপলক্ষে পৰ্যটন উন্নয়ন নিগমৰ অনন্য প্ৰয়াস ৷ পৰ্যটকৰ বাবে মুকলি আমিনগাঁৱৰ মা-কামাখ্যা দেৱালয় ৷ বাঁহ, থাৰ্মকল, প্লাইবৰ্ড, প্লাষ্টিক বটল, ৰঙৰে প্ৰস্তুত কৰা হৈছে ঐতিহাসিক ওপঙা কামাখ্যা ধাম ৷ ১২ ফুট বহল আৰু ৪০ ফুট দীঘল কামাখ্যাই আকৰ্ষণ কৰিছে ভক্ত, পৰ্যটকসকলক ৷