অসম

assam

ETV Bharat / videos

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট - তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট

By

Published : Aug 26, 2019, 8:56 PM IST

নিউজ ডেস্ক,26 আগষ্টঃ বৃহৎ নদীবান্ধ আৰু ৰাজ্যৰ বানপানী সমস্যা সমাধানৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ ৰাজ্যৰ বিভিন্ন জাতীয় দল-সংগঠনে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তেই সোণোৱাল চৰকাৰে গোপনে NHPC কৰ্তৃপক্ষৰ লগত স্বাক্ষৰ কৰিলে খচৰা চুক্তিত ৷ সোমবাৰে বৃহৎ নদীবান্ধ আৰু ৰাজ্যৰ বানপানীৰ সমস্যা সমাধানৰ দাবীত ৰাজ্যজুৰি তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷

ABOUT THE AUTHOR

...view details