অসম

assam

By

Published : Sep 1, 2019, 8:28 PM IST

Updated : Sep 2, 2019, 10:32 AM IST

ETV Bharat / videos

এন আৰ চিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হব আছু

দেওবাৰে প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা ৷ এন আৰ চিকলৈ মুঠেও সন্তুষ্ট নহয় সদৌ অসম ছাত্ৰ সন্থা ৷ এন আৰ চিৰ বিৰূদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাব সদৌ অসম ছাত্ৰ সংস্থাই ৷ জনালে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে লুৰিণজ্যোতি গগৈৰ ৷ একাংশ নেতাই মানুহৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে বুলি কয় লুৰিণজ্যোতি গগৈ ৷
Last Updated : Sep 2, 2019, 10:32 AM IST

ABOUT THE AUTHOR

...view details