অসম

assam

By

Published : Feb 20, 2022, 2:28 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / videos

লখিমপুৰত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শনিবাৰে উত্তৰ লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে জিলা কংগ্ৰেছে(Case register against Assam CM) । উত্তৰাখণ্ডৰ জনসভাত ৰাহুল গান্ধী আৰু মাতৃক লৈ কৰা মন্তব্যৰ বিৰোধীতাত এই এজাহাৰ দাখিল কৰে জিলা কংগ্ৰেছে(Assam CM Comment over Rahul Gandhi ) । লখিমপুৰ জিলা কংগ্ৰেছ দলৰ ছ’চিয়েল মিডিয়া চেলৰ অধ্যক্ষ ক্ষীৰোদ মুদৈয়ে দাখিল কৰে এই এজাহাৰ । সমগ্ৰ দেশৰে মহিলা সমাজক মুখ্যমন্ত্ৰীয়ে আঘাত হনাৰ অভিযোগ কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী লখিমপুৰ জিলা কংগ্ৰেছৰ ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

...view details